top of page
Our Mission
নমস্কাৰ,
ECO UNBOX লৈ আপোনাক স্বাগতম। ডিজিটেল মাধ্যমৰ যোগেৰে আমি আপোনাৰ বাবে লৈ আহিছো অৰ্থনীতি বিষয়ৰ উচ্চতৰ মাধ্যমিক শাখাৰ লগতে ষান্মাসিক শাখাৰ পাঠ্যক্ৰম। ইয়াৰ উপৰিও আমি যুগুতাই দিও আগ শাৰীৰ ইংৰাজী বাতৰি কাকত THE HINDU ৰ প্ৰমুখ বাতৰি, লগতে আমাৰ এই WEBSITE যুগে প্ৰকাশ কৰো CURRENT AFFAIRS ।
আমাৰ লক্ষ্য- "শিকক আত্ম-বিশ্বাসৰে"
পাঠ্যপুথিৰ জ্ঞান বিকশাই এজন জ্ঞানী পুৰুষৰ দৰে প্ৰকাশিত হওক ।
bottom of page